গেৰেকীচুকৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা
Verified: 2 outlets have reported this story since Nov 27.
জামুগুৰিহাটৰ গেৰেকীচুকৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই গেৰেকীচুকস্থিত বৰভগীয়া মজলীয়া বিদ্যালয়ৰ সন্মুখত বাগৰি পৰে এখন শিলভৰ্তি ডাম্পাৰ। গুৰুতৰভাৱে আহত বিদ্যালয়খনৰ তিনিগৰাকী ছাত্ৰ-ছাত্ৰীসহ এগৰাকী মহিলা । জামুগুৰিহাট নগৰ অভিমুখে গৈ থকা ডাম্পাৰখনৰ নম্বৰ প্লেট AS 27 C 2707। আহতসকলক ইতিমধ্যে উত্তৰ জামুগুৰি প্ৰাথমিক চিকিৎসালয় লৈ প্ৰেৰণ কৰাৰ অন্তত বিধায়ক পদ্ম হাজৰিকাৰ তৎপৰতাত পুনৰ উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ স্থানান্তৰিত কৰা হৈছে। ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।
How sure are we
Two or more outlets reported this story and its reliability score reached 65%, so WorldPulse marks it verified. That means more than one outlet says so, not that it is proven true.
Who reported it
- Nov 27, 10:02 AM UTCFirst reportছমৰীয়াৰ ফুটুৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে এজন নিহতniyomiyabarta.com ↗
- Nov 27, 3:05 PM UTC+5 h· you’re reading thisগেৰেকীচুকৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাasomiyapratidin.in ↗
- Verified: a second independent outlet reported itNov 27, 3:05 PM UTC · +5 h
No verification data yet
Checks run automatically as new sources are ingested.
Score bands
What moves the score
Not in the score: AI checks and reader flags. Verified is separate: two or more independent outlets and a score of at least 65%.
High · How we score this